Raksha Bandhan 2026 Information
ৰক্ষা বন্ধন ২০২৬: তাৰিখ, শুভ মহূৰ্ত আৰু বিশেষ যোগ
ভ্ৰাতৃত্ব আৰু ভগ্নীৰ পৱিত্ৰ স্নেহ তথা সুৰক্ষাৰ উৎসৱ 'ৰক্ষা বন্ধন'ৰ শুভেচ্ছা জনালোঁ! 🌸✨
🗓 তাৰিখ: ২৮ আগষ্ট, ২০২৬ (শুক্ৰবাৰ)
⏰ ৰাখী বন্ধাৰ শুভ মহূৰ্ত: ৰাতিপুৱা ৫:৫৭ বজাৰ পৰা ৯:৪৮ বজালৈ
⏳ মুখ্য শুভ মহূৰ্ত অপৰাহ্ন কাল : বিয়লি ১:৩০ বজাৰ পৰা ৪:০০ বজালৈ
বিকল্প মহূৰ্ত (প্রদোষ কাল): সন্ধ্যা ৬:৫০ ৰ পৰা নিশা ৮:৩০ লৈ
🌕 পূৰ্ণিমা তিথি আৰম্ভ: ২৭ আগষ্ট, পুৱা ৯:০৮ বজাত
🌕 পূৰ্ণিমা তিথি সমাপ্ত: ২৮ আগষ্ট, পুৱা ৯:৪৮ বজাত
✨ এইবাৰৰ বিশেষ শুভ যোগ:-
১. ভদ্ৰা মুক্ত পুৱা: এই বছৰ ভদ্ৰা কাল ২৮ আগষ্টৰ সূৰ্যোদয়ৰ পূৰ্বেই সমাপ্ত হ’ব, গতিকে সমগ্ৰ পুৱাৰ সময়ছোৱা পুণ্যদায়ক আৰু শুভ।
২. শ্ৰাৱণ পূৰ্ণিমা আৰু সৰ্বাৰ্থ সিদ্ধি যোগ: শ্ৰাৱণ মাহৰ পৱিত্ৰ পূৰ্ণিমাত গঠিত এই যোগে পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে।
আপোনালোক সকলোকে ৰক্ষা বন্ধনৰ হিয়াভৰা ওলগ জনালোঁ! 🛍️🎁
----------
Celebrate the sacred bond of love and protection this Raksha Bandhan! 🌸✨
🗓 Date: Friday, August 28, 2026
⏰ Shubh Muhurat (Rakhi Tying Time): 5:57 AM to 9:48 AM IST
Main Subh Muhurat :-
⏳ Aparahna Kaal (Afternoon Window): 1:30 PM to 4:00 PM IST
Alternative Muhurat (Pradosh Time): 6:50 PM to 8:30 PM
🌕 Purnima Tithi Begins: August 27 at 9:08 AM
🌕 Purnima Tithi Ends: August 28 at 9:48 AM
✨ Special Yogas forming this year:
Bhadra-Free Morning: Bhadra Kaal ends before sunrise on August 28, ensuring an auspicious start for your celebrations!
Shravana Purnima & Sarvartha Siddhi Yoga: Tied to the sacred Shravan month, this alignment brings prosperity, peace, and success to sibling bonds.
We wish you and your family a joyful and blessed Raksha Bandhan.
For more information Call Us...
